Notification regarding the answer keys of the question paper for the screening test dated 05/11/2022 in connection with direct recruitment of Chauffeur (Driver) in the Kohima Bench of the Gauhati High Court. – (View)
Category: Right Vertical – Archive
Notification dated 15/11/2022 regarding final result in connection with direct recruitment to the post of Chauffeur in the Law Research Institute of the Gauhati High Court. – (View)
অসম ন্যায়িক সেৱাৰ গ্ৰেড-২ৰ পৰা গ্ৰেড-১লৈ নিয়মীয়া পদোন্নতিৰ সন্দৰ্ভত নিৰ্বাচিত তালিকা সম্পৰ্কে ২৬/০৪/২০২২ তাৰিখৰ অধিসূচনা – (চাওক)
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য পীঠ আৰু আইন গৱেষণা প্ৰতিষ্ঠানৰ বাবে কম্পিউটাৰ সহায়ক পদত পোনপটীয়া নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ উত্তৰ তালিকা সংশোধন সন্দৰ্ভত ২১/০৪/২০২২ তাৰিখৰ অধিসূচনা – (চাওক)
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইটানগৰ স্থায়ী বিচাৰপীঠত ন্যায়িক সহায়ক (জুডিচিয়েল এচিচষ্টেন্ট) পদত পোনপটীয়া নিযুক্তিৰ বাবে অনলাইন আবেদন কৰক – (আবেদন কৰক)
ঝাৰখণ্ড চুপিৰিয়ৰ জুডিচিয়েল চাৰ্ভিচৰ জিলা ন্যায়াধীশৰ ২২ টা পদত বাৰৰ পৰা পোনপটীয়া নিযুক্তি – (চাওক)
অসমৰ জিলা আদালতৰ বাবে এল.ডি.এ. আৰু কপিষ্টৰ পোনপটীয়া নিযুক্তিৰ বাবে অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাৰ সময়সূচী সম্পৰ্কে ১৯/০৪/২০২২ তাৰিখৰ অধিসূচনা – (চাওক) (প্ৰাৰ্থীৰ তালিকা)
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বন্ধ ঘোষণা সন্দৰ্ভত ১৮/০৪/২০২২ তাৰিখৰ অধিসূচনা – (চাওক)
Notification dated 29/03/2022 regarding modified Answer Key of the Preliminary Examination in connection with direct recruitment to Grade-III of Assam Judicial Service. – (View)