
ন্যায়িক লিংকসমূহ





জাননী
বৰ্তমানৰ গৌহাটী উচ্চ ন্যায়ালয় পূৰ্বতে অসম উচ্চ ন্যায়ালয় হিচাপে জনা গৈছিল। ১৯৪৭ চনৰ ছেপ্তেম্বৰ মাহৰ ৯ তাৰিখে অসম বিধানসভাত অসম প্ৰদেশৰ বাবে এখন উচ্চ ন্যায়ালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।
ভাৰতীয় প্ৰাদেশিক সংবিধান (সংশোধনী) আদেশ, ১৯৪৮ৰ দ্বাৰা গ্ৰহণ কৰা ভাৰত চৰকাৰ আইন, ১৯৩৫ৰ ২২৯ নং ধাৰাৰ উপ-ধাৰা (১)ৰ অধীনত প্ৰদত্ত ক্ষমতা অনুসৰি ভাৰতৰ গৱৰ্ণৰ জেনেৰেলে ১৯৪৮ চনৰ ১ মাৰ্চ তাৰিখে অসম উচ্চ ন্যায়ালয় আদেশ, ১৯৪৮ৰ অধীনত ১৯৪৮ চনৰ ৫ এপ্ৰিল তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ অসম প্ৰদেশৰ বাবে অসম উচ্চ ন্যায়ালয় স্থাপন কৰে।
অনলাইন ই-ফাইলিং পৰ্টেল
ই-পৰিশোধ পৰ্টেল
বিচাৰ অনুসন্ধান পৰ্টেল
উচ্চ ন্যায়ালয়ৰ বৰ্ষপঞ্জী
প্ৰাক্তন মহাধিবক্তাসকল
সমিতিসমূহ
পৰ্টফলিঅ’ ন্যায়াধীশ
ন্যায়াধীশ সকলৰ খালী পদৰ বিৱৰণ
গ্ৰন্থাগাৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিয়মাৱলী
কিশোৰ ন্যায় আইন
সংবাদ পত্ৰিকা
আৰ.টি.আই. (তথ্য জনাৰ অধিকাৰ)
চতুৰ্দশ বিত্তীয় নিৰীক্ষণ প্ৰণালী
জ্যেষ্ঠ অধিবক্তাসকলৰ বিৱৰণ
জ্যেষ্ঠ অধিবক্তা তথ্য প্ৰণালী
ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ
"অপনে অজনবী"
"সাঁকো- (দ্য ব্ৰিজ)"
"ঘৰে ঘৰে ই-ক’ৰ্ট"
স্পষ্টীকৰণ
এই ছাইটৰ সকলো সমল কেৱল সাধাৰণ তথ্য লাভ অথবা ব্যৱহাৰৰ বাবেহে। এই সমলসমূহত কোনো ধৰণৰ পৰামৰ্শ প্ৰদান কৰা হোৱা নাই আৰু কোনো সিদ্ধান্ত গ্ৰহণ কৰা (অথবা গ্ৰহণ নকৰা) ক্ষেত্ৰত এইসমূহৰ ওপৰত নিৰ্ভৰশীল হোৱা উচিত নহয়। কিছুসংখ্যক নথিত অন্যান্য বাহ্যিক ছাইটৰ লিংক প্ৰদান কৰা হৈছে। উক্ত ছাইটসমূহত উপলব্ধ সমলসমূহৰ যথাৰ্থতাৰ বাবে আমি দায়বদ্ধ নহয়।