Menu Close

ন্যায়িক লিংকসমূহ

গৌহাটী উচ্চ ন্যায়ালয়ৰ ৭৫ তম্‌ প্ৰতিষ্ঠা দিৱস উদযাপন
Heading layer

Lorem ipsum dolor sit amet, consectetur adipiscing elit, sed do eiusmod tempor incididunt ut labore et dolore magna aliqua. Ut enim ad minim veniam, quis nostrud exercitation ullamco laboris nisi ut aliquip ex ea commodo consequat.

গৌহাটী উচ্চ ন্যায়ালয়
গৌহাটী উচ্চ ন্যায়ালয়
গৌহাটী উচ্চ ন্যায়ালয়
গৌহাটী উচ্চ ন্যায়ালয়
গৌহাটী উচ্চ ন্যায়ালয়
previous arrow
next arrow
 

বৰ্ষপঞ্জী মহাপেচখানা

সোম মঙ্গল বুধ বৃহ শুক্র শনি ৰবি
 
১০১১১২
১৩১৪১৫১৬১৭১৮১৯
২০২১২২২৩২৪২৫২৬
২৭২৮২৯৩০৩১  

বৰ্তমানৰ গৌহাটী উচ্চ ন্যায়ালয় পূৰ্বতে অসম উচ্চ ন্যায়ালয় হিচাপে জনা গৈছিল। ১৯৪৭ চনৰ ছেপ্তেম্বৰ মাহৰ ৯ তাৰিখে অসম বিধানসভাত অসম প্ৰদেশৰ বাবে এখন উচ্চ ন্যায়ালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।

ভাৰতীয় প্ৰাদেশিক সংবিধান (সংশোধনী) আদেশ, ১৯৪৮ৰ দ্বাৰা গ্ৰহণ কৰা ভাৰত চৰকাৰ আইন, ১৯৩৫ৰ ২২৯ নং ধাৰাৰ উপ-ধাৰা (১)ৰ অধীনত প্ৰদত্ত ক্ষমতা অনুসৰি ভাৰতৰ গৱৰ্ণৰ জেনেৰেলে ১৯৪৮ চনৰ ১ মাৰ্চ তাৰিখে অসম উচ্চ ন্যায়ালয় আদেশ, ১৯৪৮ৰ অধীনত ১৯৪৮ চনৰ ৫ এপ্ৰিল তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ অসম প্ৰদেশৰ বাবে অসম উচ্চ ন্যায়ালয় স্থাপন কৰে।

অসমীয়াত পঢ়ক

অধিক তথ্য লাভ কৰক

"অপনে অজনবী"

"সাঁকো- (দ্য ব্ৰিজ)"

"ঘৰে ঘৰে ই-ক’ৰ্ট"

স্পষ্টীকৰণ

এই ছাইটৰ সকলো সমল কেৱল সাধাৰণ তথ্য লাভ অথবা ব্যৱহাৰৰ বাবেহে। এই সমলসমূহত কোনো ধৰণৰ পৰামৰ্শ প্ৰদান কৰা হোৱা নাই আৰু কোনো সিদ্ধান্ত গ্ৰহণ কৰা (অথবা গ্ৰহণ নকৰা) ক্ষেত্ৰত এইসমূহৰ ওপৰত নিৰ্ভৰশীল হোৱা উচিত নহয়। কিছুসংখ্যক নথিত অন্যান্য বাহ্যিক ছাইটৰ লিংক প্ৰদান কৰা হৈছে। উক্ত ছাইটসমূহত উপলব্ধ সমলসমূহৰ যথাৰ্থতাৰ বাবে আমি দায়বদ্ধ নহয়।

গৌহাটী উচ্চ ন্যায়ালয়